Anyayug Contributor কেশৱ চাউ

বধ্যভূমি

 কেশৱ চাউ    ওপজোঁতে আমি নগ্ন আছিলোঁ  আৰু যামগৈও নগ্ন দেহাৰে  তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি   সীমা গচকি  মাটি ঠেলি  কৰিবানো কি  বাঢ়িব কেৱল এক ইঞ্চি মাটি    ইপিনে মিৰি সিপিনে নিচি   ইপিনে আদিবাসী  সিপিনে দেউৰী  ৰাভা,…

নাকফুলি

কেশৱ চাউ   এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা গ’লা যে গ’লা – এবাৰ হ’লেও উভতি নাচালা!   মই ৰৈ আছিলোঁ কেনেবাকৈ ঘূৰি চালে কিজানি দেখা পাওঁ তোমালোকৰ খাৰুসদৃশ নাকফুলিবোৰ।   ঠিকনা : স্নাতকোত্তৰ প্ৰথম ষান্মাসিক ৰাজনীতি…

সীমাৰ খুঁটি

কেশৱ চাউ ফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানো জীৱনৰ প্ৰতি লোভ নাছিল? পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকে মানুহ হৈ জন্মিলে জী থকাৰ উদ্দেশ্য নিজেই চিনিব লাগে এনেকি পেট পেলাই পাৰ কৰি দিব পাৰি দিন আৰু…

কলি যুগৰ গান

কেশৱ চাউ   অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ   তেওঁলোক বাৰু ক‘লৈ গ‘ল ইয়াত এতিয়া এজাক বৰষুণ মেঘৰ গৰ্জন…   ভাবি আছোঁ তিতিম নে বৰষুণত নাভাবি কি…