চপাই আন মানুহৰ মাত
কুঁকি কল্পিতা বৰা মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা অতবোৰ মুখ কেনি ওলায়, ইমান মানুহ নিজৰ পৰা কোন বেলাত কেনি পলায় ! মুখবোৰ কেনিবা হেৰাই যাওক মানুহবোৰ মানুহৰ বুকুলৈ উজাই আহক মানুহ মমতাৰে বুজন মানুহতেই মানুহৰ সৃজন চেতনাই বিচাৰে হৃদয়ে…