উলাহেৰে উভতি চাওঁ-১০
কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত…