Anyayug Contributor কাৱে‍ৰী কাশ্যপ বৰা

ফিনিক্স চৰাইৰ গান

কাৱে‍ৰী কাশ্যপ বৰা আন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে সূৰুযৰ প্ৰথম ৰেঙনি কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মা আহি খিৰিকীৰ চিটকাণীডাল খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত খপজপকৈ…