Anyayug Contributor ( কল্প বিজ্ঞান ভিত্তিক গল্প)

প্রত্যাৱর্তন- ভাৰত ২০৯৯

(কল্প বিজ্ঞান ভিত্তিক গল্প)  ৰঞ্জু শৰ্মা   পৃথিৱী পৃষ্ঠৰ পৰা প্রায় ১৫০০ কিলোমিটাৰ ওপৰত ওপঙি থকা স্পে’চ ষ্টেশ্বন এটাৰ হিউমেন ৰেছিডেঞ্চিয়েল ক’ল’নিৰ ‘ভাৰত ২০৯৯’ নামৰ চে’লটোত আজি ৰাতিপুৱাৰে পৰা প্রচুৰ খেলিমেলি পৰিৱেশ। চে’লটোৰ চেণ্ট্ৰেল কণ্ট্ৰ’ল ছিষ্টেমটোৱে হয়তো ভালকৈ কাম কৰা নাই নতুবা…