কবিতা
(কবি, নাট্যকাৰ ৰফিকুল হুছেইনক সুঁৱৰি) উদয় কুমাৰ বৰুৱা কি নামেৰে উচ্চাৰণ কৰোঁ তোমাক নিৰুত্তৰ, কাৰুণিক সময়ো সকলো অভিধাই যেন সৰুহৈ যায় তোমাৰ বিশালতাত হয়তো হেজাৰ ঋতুৰ ভাগৰ সামৰি এতিয়া তুমি ক্ষণিক জিৰণিত এটা বৰ্ণিল সপোন, এটোপাল সঁচা…