Anyayug Contributor এ ণ্ট ন চেখভৰ ‘A CHAMELEON’

বহুৰূপী

মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ    বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…