Anyayug Contributor এন্দ্ৰি এডি, হাঙ্গেৰী

যি বহু আঁতৰৰ পৰা আহিছে

কবি : এন্দ্ৰি এডি, হাঙ্গেৰী অনুবাদ : ড° ৰঞ্জিত দত্ত আমি মানুহ যি সদায়েই পলমকৈ চলোঁ, আমি মানুহ আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা। আমাৰ খোজবোৰ  সদায়েই  ক্লান্তিকৰ আৰু চিৰদিনেই বেদনাক্লিষ্ট। আমি এনে মানুহ যি সদায় পলমকৈয়ে চলোঁ শান্তিৰে কেনেকৈ মৰিব…