Anyayug Contributor ‘এক আচৰিত সৌভাগ্য’ পঢ়ি

সম্পাদকলৈ চিঠি

 ‘এক আচৰিত সৌভাগ্য’ পঢ়ি জুন মাহৰ ‘অন্যযুগ’-ত সঞ্জীৱ সভাপণ্ডিতৰ ‘এক আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷ লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ’ল— ক’ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত সহায়ৰ…