Anyayug Contributor ( এই লেখা টো প্ৰতিজন নাৰীবাদী পুৰুষৰ হাতত)

এন’লা হ’ম্‌ছ

 (এই লেখাটো প্ৰতিজন নাৰীবাদী পুৰুষৰ হাতত)  ৰিমলী বৰকটকী চিনেমাখনৰ নামেই কয় শ্বাৰ্লক হ’মছৰ চৰিত্ৰৰ লগত যেন ক’ৰবাত কিবা সংযোগ আছে। হয়, আপোনাৰ ৰহস্যগন্ধী নাকে ঠিকেই গোন্ধ পাইছে। হয়, এন’লা হ’ম্‌ছ এখন ৰহস্যময়, এড্‌ভেঞ্চাৰ আৰু ক’মেডি‍ জঁৰ (Genre)-ৰ চিনেমা। কিন্তু সকলোৰে ঊৰ্ধ্বত হৈছে এইখন…