টুথব্ৰাছ
ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছেঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম নোপোৱাকৈ টোপনি টানি ছিঙে খেতিয়কে আৰু পচতীয়া-ঠানি কঁটালি এটা মূৰেৰে দাঁত শালি থাকে আকৌ…
ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছেঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম নোপোৱাকৈ টোপনি টানি ছিঙে খেতিয়কে আৰু পচতীয়া-ঠানি কঁটালি এটা মূৰেৰে দাঁত শালি থাকে আকৌ…
ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত দূৰ ৰাজস্থানৰ ৰেণু-ৰজত আকাশ খহাই অহা এজাক উচুপনিকে নতশিৰে সুধিম মই…
ঋষভ নাথ তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি কচুপাতৰ পানীৰে চকু পখালি আমি পাতিলোঁ এখন আকাশ উৰি উৰি ঘূৰি বনগীতৰ দৰে ৰিণি ৰিণি পালোঁহি…
ঋষভ নাথ কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত। জুয়ে চোবাই চুহি শুহি শৰীৰৰ তেজ-মঙহ খালেও হাতেৰে ধোঁৱা ঢুকি পাব নোৱাৰি তাত বাৰু মোৰ কোনো সন্দেহ নাই বিশ্বাসো অটুট…
ঋষভ নাথ বুটামেৰে মুখ জপাওঁতে মোৰ দাঁতৰ শব্দত এবাৰ হেড বাইদেউৰ চক ভাগিছিল ৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছে বহু পৰ হাড়ৰ চিৰি কঁপাই ঘূৰি থকা চকাকেইটাও যেন বুটামেই মাৰ চুৱেটাৰৰ বুটামতলত পৰি এদিন দুই পিপৰা তিনিগুণ হৈছিল আঙুলিমূৰ পুৰিছিল…
ঋষভ নাথ তুলাচনীৰ এফালে এটা হাতী আনফালে এটা পৰুৱা তুলি দি উকীলে ক’লে – চাওক এতিয়া মহাশয় হাতী মাৰিলে যিমান ডাঙৰ অপৰাধ হয় পৰুৱা মাৰিলে তিমান কেতিয়াও নহয় হাতীয়ে এটা জীৱনলৈ আহোঁতে সময় লয় অতি কমেও ছশ ষাঠি…