Anyayug Contributor উদয় শইকীয়া

এখন নৈৰ মৃত্যুত

উদয় শইকীয়া   এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা, এখন নৈৰ মৃত্যুত মানৱ সভ্যতাৰ দ্রুত স্খলন। নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা পলসে কবৰ দিয়া দুটি…