Anyayug Contributor উদয় কুমাৰ শৰ্মা

কবি আৰু পঢ়ুৱৈ‍

 উদয় কুমাৰ শৰ্মা সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি সেউজীয়া হৈ আছে, এজাক পখিলা উৰি আহি ফুলৰ পৰা প্ৰেমৰ মন্ত্ৰ শিকিছে৷ ভয়ংকৰ দুৰ্দিনৰ মাজতো পৃথিৱীৰ ক’তো কেতিয়াও কবিতা লিখা বন্ধ হৈ যোৱা…