Anyayug Contributor উত্তম লইং

বিষাদৰ ছাঁ

উত্তম লইং শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক, বৰষুণ মোৰো প্ৰিয় অথচ মই আজি কাৰো প্ৰমিক নহওঁ প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন যন্ত্ৰণাসিক্ত ভোকাতুৰ শিলৰ দৰে কঠিন নহয় শুনিছোঁ প্ৰেমিক হʼবলৈ কঠিন হʼব লাগে হৃদয়   সোঁৱৰণীৰ কথাবোৰ কেতিয়াও…