পৈয়েকৰ মূৰখোৱা
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা গ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকে কূজৰ মূৰত কিল পৰে কথাৰ কথাত শেল মাৰে সাপ হৈ খুটে বেজ হৈ জাৰে পৈয়েকৰ মূৰখোৱা হেনো মই লেখৰ লেখ নহয় মই নাপায়…
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা গ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকে কূজৰ মূৰত কিল পৰে কথাৰ কথাত শেল মাৰে সাপ হৈ খুটে বেজ হৈ জাৰে পৈয়েকৰ মূৰখোৱা হেনো মই লেখৰ লেখ নহয় মই নাপায়…
উজ্জ্বল স্মৰণ দত্ত গছবোৰ নহ’লে এৰি যাম …
উজ্জ্বল স্মৰণ দত্ত উদৰৰ বানবৰিয়া খাল এৱাঁচোলা পিন্ধাৰ পৰা পিতপানী হৈ উজায় দুপৰত বাঢ়ে চোক অজগৰে গিলি খোৱা পৃথিৱীত উদৰৰ চোকত চোক বাঢ়ি ক্ষণে উঠা ক্ষণে নমা বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ ভোগৰ ভোগজৰা খোৱাৰ পৰা জুই হৈ জ্বলে চোক চিকচিনা মনগহন অপূৰ্ণতাক চাকি চাই আকণ্ঠ পান কৰে উদৰৰ চোক হৈ নাথাকে ভোক ভোগৰ দাঁতে আঁকুহে বিকুহে ৷
উজ্জ্বল স্মৰণ দত্ত পট সলাইছিল কাহিনীয়ে ধোবাং বাং মেলা সামৰিব পৰা নাই কথাবোৰ ৷ বলা যুগপট বা গাত কথা নলগা গতিৰে জিনা আথাউনি বাট নাপায় থাউনি পাবত গজাটো নহয় ৷ বৃত্তৰ বাহিৰত ভ্ৰমে ভ্ৰম ৷ কৌটিকলীয়া আঁত বুকুৱেদি বয় লুইতৰ সোঁত …
উজ্জ্বল স্মৰণ দত্ত চিলনীয়ে থপিওৱাদি খবৰদাতাক খবৰে টানে । খবৰৰ বাবেই খবৰ বাঢ়ে খবৰবোৰ খবৰ থকালৈহে খবৰ ৷ চানাচুৰ খবৰত বেমাৰ বাঢ়ে পুৰণি চহৰখনৰ ৷ সাত ইঞ্চি দৰত বিক্ৰী হয় খবৰদাতাৰ খবৰ ৰাখে কোনে তাৰ খবৰ পেটৰ পোৱে নাৰাখে খবৰ…
উজ্জ্বল স্মৰণ দত্ত ইলাহী কথাবোৰত পাক ধৰিছে চাপৰি বাজিছে চাপৰত ৰাগীত ৰাগী লাগিছে ৷ কাকূতি বাঢ়িছে আকুতি বাঢ়িছে মেহফিল বহিছে মজলিছ বঢ়িছে চলি আছে চলাই আছে লজেন গুটিত পমি গৈছে ৷ বাদশ্বাহ বাদশ্বাহ গোলাম গোলাম ৷ ক’ৰ কথা ক’ত…
উজ্জ্বল স্মৰণ দত্ত বত্ৰিছ পুতলাৰ সিংহাসনত পুতলা ৰজা বহিছে পুতলাৰ দেশৰ পুতলাবোৰ পুতলা হৈ আছে দেখা নাই বেয়া কোৱা নাই বেয়া শুনা নাই বেয়া পুতলাবোৰ পুতলাৰ হাতৰ পুতলা ৰচীৰ টানত নাচে কাঠ পুতলা হৈ ৷ কথা নাই পুতলাটো অথিৰ…