সোণালী চুলি
মূল: (ইটালীয়) এলবাৰ্ট’ ম’ৰাভিয়া অনুবাদ: ড˚ ৰমেশ চন্দ্ৰ গোস্বামী ৰোম দেশত যদি কোনোবাই কাৰোবাৰ বিষয়ে ক’বলগীয়া হয় যে তেওঁ গাঁৱলীয়া, অজ্ঞ, চহা মানুহ, তেন্তে কয়— “তুমি জগুৰগোলাৰ পৰা (Sgurgola) আহিছা· জগুৰগোলালৈকে উভতি যোৱা। জগুৰগোলাৰ নাথাকাগৈ কিয়·” সেয়া দেখদেখকৈ ৰোমানসকলৰ দেখাক। এনে ৰুক্ষতাই…