শুকুলা হাতীৰ দৰে পাহাৰ
মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই আৰু গছ নাছিল আৰু ষ্টেচনটো দুই ৰে’ল লাইনৰ মাজত ৰ’দত থিয় হৈ আছিল৷ ষ্টেচনটোৰ খুব কাষতেই তাত এটা বিল্ডিং আৰু…