Anyayug Contributor আশাদীপা শইকীয়া

ওভতনি সময়ৰ খোজ

 আশাদীপা শইকীয়া   “মোক্ষ ৰূপে তযু বাক্যমৃত         কৃপায়ে সিঞ্চিয়া পতিনিত।             দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ৷”  চকুহাল মুদি বিছনাখনতে বহি গুণগুণাই গাই থকা ঘোষাফাঁকি শেষ কৰিছিল নন্দিনী হাজৰিকাই। চকুহাল মেলি তেওঁ থকা ক’ভিড কেয়াৰ চেণ্টাৰটোৰ চাৰিওফালে লক্ষ্য কৰিলে।…