Anyayug Contributor আমেৰিকান-ভিয়েটনামী কবি ওশ্বেন ভুৱঙৰ Self-Portrait as Exit Wounds কবিতাৰ অনুবাদ

প্ৰস্থান ক্ষতবোৰৰ দৰেই আত্ম-প্ৰতিকৃতি

 আমেৰিকান-ভিয়েটনামী কবি ওশ্বেন ভুৱঙৰ Self-Portrait as Exit Wounds কবিতাৰ অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস বিকল্পে, ই হওক বৰষুণে উটুৱাই নিয়া প্ৰতিটো খোজৰ প্ৰতিধ্বনি, বায়ুক বিকল কৰক এখন ডুবন্ত নাৱলৈ প্ৰক্ষিপ্ত এটা নামৰ দৰে, প্ৰদৰ্শন কৰক শিমলুৰ ছাল পদপথৰ…