কথা
আবেদুৰ ৰহমান কথা কৈ থকাটোৱেই জীৱন! যদিওবা নক’বলগীয়া কথা কৈয়েকালাতিপাত কৰোঁক’বগীয়াবোৰহে ক’ব নোৱাৰোঁভয়, জানোচা জীৱনেই হেৰায় ক’বলগীয়া কথাবোৰ লুকুৱাই থ’ওঁসাজোঁ এখন কাৰাগাৰক’বলগীয়া কথাবোৰ নিক্ষেপ কৰোঁ কাৰাগাৰতকাৰাগাৰৰ চৌপাশে পহৰা দিওঁযাতে ভুলতেও জিভালৈ পিছলি নাহেক’বলগীয়া কথাবোৰ ক’বলগীয়া কথাবোৰ কাৰাগাৰত থওঁ বাবেক’বলগীয়া হয় বহু নক’বলগীয়া কথাকেতিয়াবা…