উইট্চেছ ল’ভছ (Witches’ Loaves)
মূল: অ’ হেনৰী অনুবাদ: পংকজ কুমাৰ নেওগ মিছ মাৰ্থা মিচামৰ বেকাৰিটো ঘৰৰে এটা চুকত। তিনিটা চিৰি বগাই উঠিলেই বেকাৰীখন আৰু দুৱাৰত ওলমাই থোৱা ঘণ্টাটোৱে দুৱাৰখন খুলিলেই এটা সুমধুৰ শব্দ কৰি উঠে। মিছ মাৰ্থাৰ বয়স দুকুৰি পাৰ হ’ল আৰু নিজ সামৰ্থ্যমতে…