মইনাৰ পূজা
অৰুণ গগৈ নিয়ৰ সৰি সৰি তিতি আছে চোতালৰ দুবৰি বন, পূজা আহিল বুলি মইনাৰ উলাহে নধৰা মন ৷ বিবিধ বস্তুৰে উপচি পৰিছে দুৰ্গা পূজাৰ মেলা, মাকৰ স’তে পূজালৈ যাব পিন্ধি নতুন চোলা ৷ মণি কিনিব পুতলা কিনিব…
অৰুণ গগৈ নিয়ৰ সৰি সৰি তিতি আছে চোতালৰ দুবৰি বন, পূজা আহিল বুলি মইনাৰ উলাহে নধৰা মন ৷ বিবিধ বস্তুৰে উপচি পৰিছে দুৰ্গা পূজাৰ মেলা, মাকৰ স’তে পূজালৈ যাব পিন্ধি নতুন চোলা ৷ মণি কিনিব পুতলা কিনিব…
অৰুণ গগৈ মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়াত পাক খাই হেৰুৱাইছিল পিতাইৰ পদূলিৰ বাট হেৰুৱাইছিল মাটি মুখৰ মাত পানীৰ মালিতাত মানুহবোৰে খাইছিল হাবুডুবু ঘৰ, বাৰী,…
অৰুণ গগৈ আমৈৱে জাকৈ বায় ধৰে কাৱৈটিলা ততাতৈয়াকৈ তাৱৈ যায় পিন্ধি কপাহী চোলা ৷ বৰদেউতাই গাত লয় বগা কপাহী চেলেং চাইকেল চলাই যায় মধুপুৰ মেলেং ৷ কণ ল’ৰাই কলকলাই মাতে মা-দেউতা মইনাই মুখস্থ কৰে পূৰণৰ বৰ…
অৰুণ গগৈ চ’তৰ শেষত বহাগ মাহত ফুলিল ঢাপৰ নাহৰ, বিহুৱা ঢুলীয়া ৰঙতে বলিয়া মাৰিলে ঢোলত চাপৰ ৷ তাঁতৰ শালত হাতৰ পাকত ঘূৰিল কাঠৰ যঁতৰ, পিৰালি-কাষত বসন্ত কালত ফুলিল ধুনীয়া তগৰ ৷ শুনিছোঁ…
অৰুণ গগৈ ঔ গছত মৌ আছে পাতি থৈছে টৌ গছ বগাই ভালুকে খাই আছে মৌ ৷ বাগৰ সলাই মলুৱাই মাৰিছে টোপনি গুণগুণাই ভোমোৰাই কৰিছে আমনি ৷ মাছ নাপাই মেকুৰীয়ে গিলিলে…
অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি তাঁত-বাতি বিহা লেখিছে গণি ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে ব’ব বিহুৱানখনি ৷ ৰাঁচত ভৰাই টোলোঠা…
অৰুণ গগৈ আবেলি বিয়লি বগলী বিলৰ পাৰত পৰে পানীৰ মাজৰ পুঠিমাছ থাপ মাৰি ধৰে ৷ বহলাই বহে বৰপথাৰত দাঙি এটা ঠেং মুখৰ আগত পালেই খায় সৰু সৰু বেং ৷ শুকুলা…
অৰুণ গগৈ হেঙুলী পুৱাতে উঠি ঊষাই হাতত লৈছে উঘা, মাহীদেৱে গোঁসাই ঘৰত পঢ়িছে নামঘোষা। বাৰণ্ডাতে বহি বৰমাই ঘূৰাই আছে যঁতৰ, বৰদেউতাই খুহুটীয়া কথাৰে কৰি আছে ৰগৰ ৷ বগলী…
অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো পিন্ধিল মণি এধাৰি জিলিকি আছে বাখৰ। ৰংদৈ জেঠাইয়ে মংগলদৈত বিক্ৰী কৰিলে খালৈ…
অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…