Anyayug Contributor অসীম তালুকদাৰ

অমৰাৱতী

অসীম তালুকদাৰ মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহুত ভাগৰুৱা দেখিছে।  ঠাইখন তেওঁৰ একেবাৰে অচিনাকি।  সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছে, কিন্তু এনে ধৰণৰ ঠাই এখন পূৰ্বতে দেখা মনত নাই।…

শিৱৰাত্ৰি

 অসীম তালুকদাৰ   শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন…

প্ৰতিফলন

 অসীম তালুকদাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি নামৰ সংগীত স্কুলখন পাৰ হৈয়েই সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব লাগিব৷ সেই ৰাস্তাটোৰে চাৰি কিলোমিটাৰমান গৈ থাকিলে চৰাইগুৰি নামৰ ঠাইখন পাব৷ চৰাইগুৰিত দুটা পকী ৰাস্তাই কটাকটি কৰিছে৷ সেই ঠাইখন ধানকল, সৰিয়হ…

সুকৃতি বৰুৱাৰ সান্নিধ্যত

 অসীম তালুকদাৰ   চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে,…

দুকাপ চাহ

 অসীম তালুকদাৰ           পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব…

বিমূৰ্ত মোৰ নিশাটি যেন…

অসীম তালুকদাৰ  কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই সময়ত মই ইঞ্জিনিয়াৰিং কলেজৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিলোঁ৷ সেই ন’কিয়া ফোনটো প্ৰথমবাৰ হাতত লৈ যিমান স্ফূৰ্তি…