মূল কবিতা: ছাৰা টীজডে’ল
অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ – ২৯ জানুৱাৰি, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ’ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত কবিতাৰ বাবে ‘কলম্বিয়া বঁটা’ লাভ কৰা প্ৰথমগৰাকী কবি, যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷) ৷৷ দুৰ্গুণ ৷৷তেওঁলোকে মোৰ ওচৰলৈ আহিছিলআপোনাৰ দুৰ্গুণবোৰৰ…