Anyayug Contributor অমূল্য বৰুৱা

যুগসন্ধিৰ মহীৰুহ

অমূল্য বৰুৱা জন্ম: ৩০ জুন, ১৯২২ মৃত্যু: ১৮ আগষ্ট ১৯৪৬     যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জে.বি. কলেজৰ পৰা বি.এ. পাছ কৰি ১৯৪৫ চনত এম.এ. পঢ়িবলৈ কলিকতালৈ যায়। ইয়াৰ লগতে আইন বিষয়তো নাম লগায়। প্ৰথমতে…