Anyayug Contributor অব ন্তি কা পৰাশৰ

কমলা কুঁৱৰীৰ সাধু

 অবন্তিকা পৰাশৰ  ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক। শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা বাৰীখনৰ কোনোবা এটা চুকত কিবা ভাবি-গুণি থিয় হৈ থাকে তেওঁ। ভাবলেশহীন মুখ, দৃষ্টি দূৰ-দিগন্তত। উদাস চকুযুৰিত চকুপানীৰ টৌ-খেল, এইমাত্ৰ যেন টোপাল…