ছদ্মমুখ
অনুলেখা বৰদলৈ পৃথিৱীৰ ধূমায়িত গৰ্ভতদোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখমুখতঅহৈতুকী হাঁহিৰ আস্ফালন মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ মন কৰিলেই যিসলাব পাৰে মুখৰ আভাস নিদ্ৰা আৰু জাগৰণৰ তফাৎ নোহোৱাএইখন কি ঠাইআন্ধাৰৰ মৰ-ৰাওচি কিনো দেখোঁ কিনো শুনোহেৰোৱা মাত একাঁজলি জীৱনৰ মৈদাত কচি কচিকালৰ আমঠুহুমুনিয়াহৰ ডেউকা নাচে প্ৰতিবেশীৰ নখৰ আঁচোৰশেলুৱৈ সময়ৰমৃত্যুসিক্ত…