Anyayug Contributor অজিত চিংনাৰ

চনানীৰ ঢৌ

অজিত চিংনাৰ বহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন  ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷  সি মোমায়েকৰ ঘৰত থকা এবছৰ হ’বলৈ আৰু বেছি দিন নাই৷ আৰু দুমাহৰ পাছতে এবছৰ সম্পূৰ্ণ হ’ব৷ তাৰ মাক-বাপেক আৰু মোমায়েক-মামীয়েকৰ সিদ্ধান্ত অনুসৰি সি আহিছিল মোমায়েকৰ…