অসমত বসবাস কৰা লিম্বুসকলৰ সংক্ষিপ্ত পৰিচয়ঃ এক সামাজিক তথা ঐতিহাসিক বিশ্লেষণ
অজয় লিম্বু অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷ লিম্বুসকলৰ নিজস্ব ভাষা, লিপি, সংস্কৃতি, ধর্মীয় পদ্ধতি, ৰীতি-নীতি, সামাজিক প্রথা বিৰাজমান৷ সেয়েহে লিম্বুসকলক জাতি বুলি কোৱাটো সমীচীন হব৷ উল্লেখনীয় যে লিম্বুসকল অসমত বসবাস…