Category মুক্ত মঞ্চ

গুণোৎসৱত গুণমান নিৰ্ণয় হ’বনে?

 সত্যজিৎ গগৈ (লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।)        বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ মূল্যায়নৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে।বিদ্যালয়সমূহেও খৰখেদাকৈ যি যেনেকৈ পাৰি এদিনৰ বাবে সাজু কৰিছে।যেনে ধৰক বিদ্যালয়খনৰ ঘৰ-বোৰ ৰঙীন…

ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ                                      “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক…

যোশীমঠ

বেদান্ত কুমাৰ নাথ  যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডা লৈ ষ্টুডিঅ’ৰ মজিয়া তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ…

‘চুকাপাইকা’ ৰ কথাৰে!

 পংকজ প্ৰতিম বৰদলৈ   চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন এখন মৃত নদী৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অলপতে এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবৰ বাবে উৰিষ্যা চৰকাৰক এক নিৰ্দেশ দিছে৷ ছমাহৰ ভিতৰত যাৱতীয়…

অসম বুৰঞ্জীত লাচিত বৰফুকন সম্পৰ্কত থকা বিসংগতিমূলক তথ্যবোৰ আৰু সৰ্বভাৰতীয় পৰ্যায়ত বীৰক দিয়া ধৰ্মীয় লেপন

 ড০ অমৃত গোস্বামী ভাৰত বুৰঞ্জীত শিৱাজী, ৰাণা প্ৰতাপ, টিপু চুলতান, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ প্ৰক্ষেপিত কৰিছে আৰু ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে সিসকল বিদিত, লাচিত বৰফুকনৰ দৰে দেশৰ উত্তৰ-পূবৰ মধ্যযুগৰ ইমান এজন বীৰৰ বিষয়ে বিশেষভাৱে উল্লেখ নথকাটো সঁচাকৈয়ে পৰিতাপৰ কথা। আমি…

কেনে আছে যুৱক সংঘবোৰ?

 সত্যজিৎ গগৈ যোৱা কেইটামান বছৰৰ আগলৈকে অসমৰ গাৱেঁ-ভূঞে বহু যুৱক সংঘ আছিল৷ কোনো কোনো ঠাইত এখন গাঁওৰ মাজতে একো একোতা যুৱক সংঘ আছিল৷ অন্য কিছু ঠাইত দুই/ তিনিখন গাঁও লগ হৈ একোটা যুৱক সংঘ আছিল৷ যুৱক সংঘ বুলি কওঁতে কেৱল…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকলৈ মুকলি চিঠি

 সত্যজিৎ গগৈ   নমস্কাৰ গ্ৰহণ কৰিব৷ বিগত কেইটামান দিনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোমসকলৰ মাজত এক বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে এই চিঠিখন আপোনালৈ লিখিলোঁ৷ আপুনি নিশ্চয় আহোমসকলৰ বিষয়ে বহু ভালকৈ জানে৷ কিয়নো আপুনি অসমৰ অসমীয়া সন্তান৷…

জোনালী

 অত্ৰেয়ী গোস্বামী   মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা…

কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

 পঙ্কজ প্রতিম বৰদলৈ  ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্‌ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰ’ছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান।…

ব্যৱসায় ভিত্তিত বাঁহ খেতি

 সত্যজিৎ গগৈ   অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ জলবায়ু খেতিৰ বাবে বৰ উপযোগী। অসমত কেৱল যে ধান বা চাহ খেতিয়েই কৰা হয়, এনে নহয়। ধান বা চাহৰ উপৰি কল, মৰাপাট, কুঁহিয়াৰ, নেমু আদিৰ খেতিও যথেষ্ট পৰিমাণে কৰা হয়। অসমত বাঁহ খেতি…