আকাশীগংগা
অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ,কেইবছৰ মানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…
অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ,কেইবছৰ মানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…
পঙ্কজ প্ৰতিম বৰদলৈ সাম্প্ৰতিক সময়ত ডিজিটেল প্ৰযুক্তিয়ে ব্যৱসায় আৰু কামৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠানসমূহে ফেশ্বন, খাদ্য, স্বাস্থ্য, ভ্ৰমণ আৰু উপভোক্তা সেৱা আদিৰ দৰে জনপ্ৰিয় খণ্ডসমূহত আমাজন, ফ্লিপকাৰ্ট, চুইগি, জমেটো, মেকমাইট্ৰিপ, উবেৰ আদি ই-কমাৰ্চ এপসমূহে অধিক গুৰুত্ব আৰোপ কৰিছে।…
সুদৰ্শনা বৰদলৈ সন্ধ্যাৰাগিণী বৰুৱা৷ এজনী মৰমলগা অলপমান উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী ছোৱালী৷ সকলোৰে বিপদৰ সময়ত থিয় হোৱা য়ুনিভাৰ্ছিটিৰ কোনোবা এজনী ছোৱালীৰ কিবা এটা হ’লেই সদায় কাষত থকা ছোৱালীজনীয়েই হৈছে সন্ধ্যা৷ আনে…
অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে – গৰু ছালৰে ঢোল৷ সুৰ আৰু সময়টোহে বেলেগ৷ বেলেগ হোৱাটো আচৰিত হ’বলগীয়া কথা নহয়৷ যুগটো যে বেলেগ৷ এতিয়া তাহানিৰ…
অমৃত গোস্বামী অফিচৰ পৰা ফোন কৰি ছোৱালীজনীয়ে (পৰম্পৰাগত সম্বোধনত বোৱাৰী) সুধিছিল, “দেউতা, প্ৰতিমা পাণ্ডে বৰুৱা অসমীয়া নহয় জানো?” মই বোলো হয় আক’, অলবত অসমীয়া। তেওঁলোকৰ ঘৰ আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ বোলা ঠাইডোখৰত। ৺প্ৰতিমা পাণ্ডে বৰুৱা গৌৰীপুৰৰ জমিদাৰৰ ঘৰৰ ছোৱালী।…
পংকজ প্ৰতিম বৰদলৈ ভাৰতৰ অসমৰ এখন চহৰ হাজো কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, মধ্যযুগীয় বাণিজ্যিক পথৰ ই এক গুৰুত্বপূৰ্ণ স্থান আছিল৷ ঐতিহাসিক তথ্য অনুসৰি ই ভূটান-অসম বাণিজ্যিক পথৰ অংশ আছিল, প্ৰায় ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ভূটান আৰু তিব্বতক অসমৰ সৈতে সংযোগ…
জয়ন্ত মাধৱ বৰা ৷৷ চাৰি৷৷ মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ হ’লে, ভয় লাগিলে সি মাকক সাৱটি ধৰিছিল৷ মাকে তাক দদান ৰজাৰ কাহিনী কৈছিল৷ সেনাপতি মাৰুক্ষেত্ৰীৰ কাহিনী শুনাইছিল৷ কৈছিল–‘তুইও মাৰুক্ষেত্ৰী নিচিনা হ’বা লাগ্ব’৷ সি জোৰ…
পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ বিখ্যাত উপন্যাস ‘ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিচিউড’ত এখন জলাশয়পূৰ্ণ ঠাইক ‘মেকণ্ড’ নামৰ এখন চহৰলৈ পৰিগণিত কৰাৰ আৰু তাৰ…
জিতু কুমাৰ লেখাৰু বিহু মূলতঃ কৃষি উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্রাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব পাৰি যে বিহু ঘাইকৈ কৃষি উৎসৱ হিচাপে অসমীয়া জাতীয় জীৱনত বিকাশ হৈছিল৷ ব’হাগ বিহুত গৰু গা-ধুওৱা, নতুন পঘা দিয়া, কৃষিৰ সজুলিবোৰ…
অমৃত গোস্বামী সাহিত্য সৃষ্টি বা চৰ্চাই জাতি একোটাৰ জাতীয়ত্ববোধক এক বিশিষ্ট সৌষ্ঠৱ প্ৰদান কৰে৷ গদ্য, পদ্য আৰু নাটক এই তিনিটা ধাৰাত সাহিত্য সৃষ্টিকৰ্মসমূহক বিভক্ত কৰিব পাৰি৷ ইয়াৰ ভিতৰৰে গদ্যকো আকৌ গল্প-উপন্যাস, প্ৰৱন্ধ, নিবন্ধ এইকেইটা ভাগত বিভক্ত কৰা হয়৷ গদ্য…