Category মুক্ত মঞ্চ

মূল্যবোধৰ বিষয়ে দুআষাৰ

 অমৃত গোস্বামী   জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম হয়‌ নৈতিক চেতনা আৰু বোধ-বুদ্ধিৰ জ্ঞানৰ দ্বাৰাইহে৷ মানুহ এজনে তেওঁৰ প্রকৃত পৰিচয় দাঙি ধৰে তেওঁৰ বিৱেচনা শক্তি, দায়িত্ব, আদৰ্শ,…

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

 কৰবী বৰ্মন কলিতা   অসমীয়া অভিভাৱকৰূপে  আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও ভৱিষ্যতৰ সম্ভাৱনাৰ (চাকৰিমুখী সম্ভাৱনাৰ) বাবে ইংৰাজী মাধ্যমতেই যে শিক্ষা গ্ৰহণ কৰিব এই সিদ্ধান্তত নিশ্চিত আছিলো৷ অসমীয়া আমাৰ মাতৃভাষা৷ কিন্তু…

গণতান্ত্ৰিক সমাজবাদ

 পঙ্কজ প্ৰতিম বৰদলৈ   গণতান্ত্ৰিক সমাজবাদৰ ধাৰণাটো বিশ্বৰ ৰাজনৈতিক পৰ্যালোচনাত এনে এক শক্তিৰ সৈতে ঘূৰি আহিছে যিটোৰ বিষয়ে দুদশকৰ আগতেও খুব কম লোকেহে ভৱিষ্যদ্বাণী কৰিছিল। এসময়ত বেছিভাগ সৰু দল বা ছাত্ৰ সংগঠনৰ এক সীমিত আদৰ্শ হিচাপে দেখা পোৱা গণতান্ত্ৰিক সমাজবাদে…

বাঁহ ফুলাৰ কথাৰে

 অমৃত গোস্বামী   অলপতে মোৰ  দাদা এজনে  বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল‌-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ আইজলখন বৰ সুন্দৰ৷ মিজোসকল এটা শিক্ষিত, ভদ্ৰ আৰু অমায়িক জাতি৷ তেওঁলোকে  পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি বৰ ভাল পায়৷ বাট-পথবিলাক বৰ…

বিশ্ববিদ্যালয়ৰ সংকট

 পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত উচ্চশিক্ষাৰ ক্ষেত্ৰখনত চলি থকা বিভিন্ন ঘটনাৰাজিয়ে উচ্চশিক্ষাৰ উদ্দেশ্যৰ সংকটক ঘনীভূত কৰিছে৷ শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থাপনাৰ সংমিশ্ৰণৰে চলি থাকিব লগা বিশ্ববিদ্যালয়সমূহ, যিবিলাক মূলতঃ চিন্তা-চেতনা আৰু আদৰ্শৰ প্ৰশিক্ষণাগাৰ আৰু ভৱিষ্যতৰ মানৱ সম্পদৰ জন্মভূমি হিচাপে চিহ্নিত, সেয়া কেতিয়াবা নিজই…

‘আটক চাউল’ৰ আঁত ধৰি :

 অমৃত গোস্বামী   মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয়…

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু বিষ্ণু (বৈষ্ণৱ)ৰ সেৱাৰ দ্বাৰা অঞ্চলটোৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয় বিশেষভাৱে গঢ় লৈ উঠিছে৷ এফালে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট শাক্ত…

হাইঠা মাটিত পৰিল

 অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি…

শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু প্ৰতিকাৰ

 পঙ্কজ প্ৰতিম বৰদলৈ     শিক্ষাত কম্পিউটাৰ প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে ভাৰতে যি সুদূৰপ্ৰসাৰী আঁচনি হাতত ল’লে, সেই প্ৰচেষ্টাই যে বিদ্যালয়-মহাবিদ্যালয়সমূহত শিক্ষাৰ অন্য এক দিশৰ সূচনা কৰিলে ইয়াক নুই কৰিব নোৱাৰি৷ উন্নত শিক্ষণ সামগ্ৰী, ব্যক্তিগতকৃত অনুশীলন, সহজ বিদ্যালয় ব্যৱস্থাপনা,…

দাদু দয়াল আৰু শ্ৰীমন্ত শংকৰদেৱৰ এক তুলনামূলক বিশ্লেষণ

  পঙ্কজ প্ৰতিম বৰদলৈ   ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী আধ্যাত্মিক সংস্কাৰক৷ যদিও তেওঁলোকৰ ৰচনাসমূহ ভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা নিসৰিত হৈছে, তথাপি তেওঁলোকৰ ৰচনাসমূহে একশ্বৰবাদী, নৈতিকভাৱে পৰিচালিত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ…