Category সম্পাদকীয়

স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ

    ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…

নতুন বছৰৰ চিন্তা

নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল সৌন্দৰ্যকামী, মঙ্গলকামী মনে সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই; কাৰণ ফূৰ্তিপানী অকণ…

সম্পাদকীয়

 সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তা সাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা বিক্ষিপ্ত ঘটনা কিছুমানকে বুজায়৷ নিদ্ৰিত অৱস্থাত আমি দেখা সপোনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু এই শব্দটোৱে ক্ৰমে Plan,…

এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ

প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা…

সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…

চিন্তাবৃত্তিৰ উৎকৰ্ষ, জাতীয় স্বাভিমান আদিৰ প্ৰসঙ্গত

          মানুহৰ চিন্তাবৃত্তিৰ ক্ৰমশঃ উৎকৰ্ষৰ প্ৰমাণ আমি আমাৰ ইতিহাসৰ আদিতম বিন্দুটোৰপৰা বিভিন্ন সময়ত মানুহে কৰা বিভিন্ন কাম-কাজৰ জৰিয়তে পাই আহিছোঁ৷ প্ৰকৃততে মানুহৰ মস্তিষ্কৰ যি প্ৰশ্নশীলতা আৰু সৃজনীমূলক চেতনা তাৰপৰাই মানৱ সভ্যতাৰ অগ্ৰগতি হোৱা বুলি ক’ব পাৰি৷ প্ৰশ্নশীলতাৰ বাবেই মানুহে…

লৰ্কা : ১২৫ বছৰীয়া তৰা এটা

        ১৮৯৮ চনৰ ৫ জুনত দক্ষিণ স্পেইনৰ গ্ৰানাডাৰ  পশ্চিমে থকা এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল ফেডেৰিক’ গাৰ্চিয়া (গাৰ্থিয়া) লৰ্কাই৷ মাটিৰ মালিক আৰু কৃষিপাম এখনৰ মালিক পিতৃৰ চহৰৰ মাজমজিয়াত আছিল এটা আৰামদায়ক বাসগৃহ৷  পিতৃ-মাতৃৰ চাৰিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ লৰ্কা আন্দালুছিয়াৰ গ্ৰাম্য…

ভালক ভাল, বেয়াক বেয়া বুলি কোৱাৰ পৰিৱেশ

         আধুনিক গণতন্ত্ৰৰ এটা বিশেষত্ব হৈছে মুক্তভাৱে মত প্ৰকাশৰ অধিকাৰ৷ শেষ মধ্যযুগ পৰ্যন্ত সকলো মানুহৰে মুকলিমূৰীয়াকৈ নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ অধিকাৰ নাছিল৷ কিন্তু ফৰাচী বিপ্লৱৰ পৰৱৰ্তী সময়ত ক্ৰমে ক্ৰমে বিশ্বৰ বিভিন্ন দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পত্তন ঘটিল…

এটা সম্ভাৱনাপূৰ্ণ বিষয় যি সমাজৰ ৰূপ সলনি কৰিব পাৰে

          অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ৷ ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰামাঞ্চলত আৰু ১০.০৩ শতাংশ চহৰত বাস কৰে৷ অতিকে গুৰুত্বপূৰ্ণ…

কিছু সাহিত্যিক চিন্তা-দুঃচিন্তা

  আমাৰ সমাজখনত আন আন ক্ষেত্ৰৰ লোকসকলতকৈ সাহিত্যিক-গায়কৰ সমাদৰ বেছি৷ একেদৰেই আন আন ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকতকৈ আমাৰ সমাজত সাহিত্যিক আৰু গায়কৰ সংখ্যাটো ডাঙৰ৷ উপৰি উক্ত প্ৰথমষাৰ কথাৰ আঁৰৰ কাৰণটো হৈছে, সাহিত্যিকসকলৰ লেখা আমি পঢ়িবলৈ পাওঁ, পঢ়ি আনন্দ লাভ…