Latest posts

  • ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প

    ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ অন্তৰ্জগতৰ অদৃশ্য অন্ধকাৰ, সমাজৰ গোপন অসংগতি আৰু অজানাৰ প্ৰতি মানুহৰ চিৰন্তন কৌতূহলৰ এক গভীৰ সাহিত্যিক

    Read more

  • কিশোৰ প্ৰজন্মৰ এখন ঈপ্সিত আকাশ

    পুলিন কলিতা   ‘My great desire is that the reader will be able to connect to …. and learn a bit more about the otherwise cold and abstract historical (or current affairs) facts of their conflict. ….. We can look conflict straight in its eyes…. By understanding what conflict is, we might be in a

    Read more

  • ৰ’দে বৰষুণে কিমান যে গান

     লোকনাথ গোস্বামী মন দাপোণত-১৮ (১)                                     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ   নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো বুলিব পাৰি৷ তেনেতে এদিন আমাৰ কোৱাৰ্টাৰলৈ আহক  চাপ্লাই ইউনিয়নৰ আগশাৰীৰ নেতা ৰমা বৰদলৈ৷ সেইবাৰ তেখেত

    Read more

  • শ্বায়েৰী জীৱনৰ

    অংগনা চৌধুৰী   আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্‌মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি ল’লে মূৰ, কপাল৷ অতপৰে বতৰ স্নিগ্ধ আছিল৷ ইতিমধ্যেই তাই ঘূৰি আহিল তানসেনে সংগীত পৰিৱেশন কৰা

    Read more

  • বিহুনামত চৰাই-চিৰিকতিৰ স্থান

    নৱ ৰাজন       বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্ত প্ৰকাশ।বিহুনাম, অসমীয়াৰ বাপতি সাহোন বিহুৰ এক অভিন্ন অংগ।বিহুনামৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য কৃষ্টি, সংস্কৃতি, সাহিত্য প্ৰতিফলিত হৈ আহিছে।     জৈৱ-বৈচিত্ৰ্যত চহকী অসমত প্ৰায় ৯৫৮ প্ৰজাতিৰো অধিক চৰাই পোৱা যায়, যি ভাৰতবৰ্ষৰ মুঠ চৰাইৰ প্ৰজাতিৰ প্ৰায় ৫৩ শতাংশতকৈ অধিক।অৱশ্যে ইয়াৰ

    Read more

  • অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা

     ড॰ অসীম চুতীয়া   সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা উন্মোচন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত অপু ভৰদ্বাজ বিশেষভাৱে উল্লেখযোগ্য৷ ভৰদ্বাজৰ গল্প পঢ়িলে এইটো স্পষ্ট হয় যে তেওঁ গল্পৰ কাহিনীক সমালোচনামূলক পদ্ধতি হিচাপে ব্যৱহাৰ কৰিছে৷ সমকালীন সমাজ-ৰাজনৈতিক ব্যৱস্থাৰ অন্তৰ্নিহিত বৈষম্য, নৈতিক দ্বিচাৰিতা, ক্ষমতাৰ অপপ্ৰয়োগ, সাংস্কৃতিক ভণ্ডামি আৰু মানৱ-অস্তিত্বৰ সংকট– এই সকলো বিষয় তেওঁৰ

    Read more

  • কমিউনিটি আৰ্কাইভ আৰু পাণ্ডুলিপি সম্পদ

     পংকজ প্রতীম বৰদলৈ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্রচাৰ আৰু প্রসাৰ হয়৷ ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনাই ভাগৱত, পুৰাণ আদিক ব্ৰজাৱলী ভাষাত সৰলকৈ সাধাৰণ ৰাইজে বুজাৰ বাবে লিখিছিল আৰু বৰগীত, অংকীয়া নাট আদিৰ জৰিয়তে কলা আৰু সাংস্কৃতিক দিশেৰে অসমীয়া সমাজখনক এক নতুন পৰিচয় দিয়াৰ চেষ্টা কৰিছিল৷ গুৰুজনাৰ এই

    Read more

  • আৰিগাট’

     নীলোৎপল বৰুৱা   আৰিগাট’ যেতিয়া আৰিগাট’ হৈছিল, তেতিয়া জুন মাহ৷ মাখি আৰু লিকলিকিয়া অমৰলতাবোৰ জনতা গেৰেজৰ পাছফালে বাঢ়িবলৈ লৈছিল৷ ব্যৱহৃত কণ্ডম আৰু বীয়েৰৰ বটলবোৰৰ মাজত কমিউনিষ্ট পাৰ্টিৰ এগালমান প্ৰচাৰ‌ পত্ৰিকা পৰি আছিল৷ কাৰোবাক প্ৰচাৰৰ বাবে অতি বিশ্বাসৰে দিয়া হৈছিল৷ নিবিলালে৷ বীজ আৰু কেৰাচিনৰ দাম বৃদ্ধিৰ প্ৰতিবাদ পানীত উঁৱলিছে৷ তাৰ মাজত ভোগকচুৰ পোখা এটা উঠি আহিছিল

    Read more

  • প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এপটিটিউড (Aptitude), লজিকেল ৰিজনিং (Logical Reasoning) আদিৰ প্ৰস্তুতি কৌশল

     ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ বিষয়ভিত্তিক গভীৰ জ্ঞান আৰু কাৰিকৰী বিশেষজ্ঞতা অতি গুৰুত্বপূৰ্ণ, কিন্তু কেৱল সেয়াই যথেষ্ট নহয়৷ নিয়োগকৰ্তা, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংস্থাই এনে ব্যক্তি বিচাৰিছে যিসকলৰ শক্তিশালী চফ্ট স্কিল(soft skills), তীক্ষ্ণ এপ্টিটিউড (aptitude) আৰু সুসংগঠিত লজিকেল ৰিজনিং( logical reasoning)

    Read more

  • মাক-কথা : Unfolded Stories of a Mother

    ৰত্নোত্তমা দাস বিক্ৰম   প্ৰথমাংশ, পঞ্চম অধ্যায় নতুন খোজবোৰ     কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন দূৰত৷ মন্দিৰ-মছজিদ-গীৰ্জা-নামঘৰ সকললৈকে শ্ৰদ্ধা ৰাখিও ক’লৈকো মই নিয়মীয়াকৈ গৈ পোৱা নাই৷ যি পাৰোঁ, কিতাপবোৰ অলপ হ’লেও পঢ়িছোঁ৷ পঢ়ি তাত থকা ভাল জীৱন এটা জীয়াই থকাৰ মন্ত্ৰসমূহত মুগ্ধ হৈছোঁ৷ তাত থকা অলেখ কাহিনীবোৰত শিহৰি

    Read more