Anyayug Contributor ৰূপাঞ্জলি চেতিয়া নেওগ

ঘুণ

ৰূপাঞ্জলি চেতিয়া নেওগ      একা-বেঁকা পাহাৰীয়া পথটোত সূৰুযৰ লুকাভাকু৷ পাহাৰ আৰু গছবোৰৰ ফাঁকেৰে কোনোবাখিনিত সূৰুযৰ পোহৰকণে ভুমুকিয়াইছে, পাছ মুহূৰ্ততে আকৌ ঢাক খাই পৰিছে৷ যেন খেলাত ব্যস্ত এজাক শিশুহে! এই পথটো তুলনামূলকভাৱে বিপদসংকুল৷ এপিনে দ খাৱৈ, আনপিনে আধাকটা গাৰে ওখ পাহাৰ৷…