Anyayug Contributor ৰাতুল মহন্ত

পৰজন্মৰ চিন্তা বনাম মানৱতাৰ জয়গান

 ৰাতুল মহন্ত   শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ বাহিৰে বেলেগ গ্ৰাহক নাথাকে৷ কিন্তু সেইদিনা আছিল সম্পূৰ্ণ ব্যতিক্ৰম৷ হোটেলখনত বিৰ দি বাট পাবলৈ নাই৷ পথৰ কাষে কাষে পাঁচ শতাধিক…