Anyayug Contributor ৰাজশ্রী ধনদিয়া

ৰজাই হুকুম দিছে‍

ৰাজশ্রী ধনদিয়া গা-ভাৰী দেহাৰে ঘৰখনৰ ইটো-সিটো বন কৰি থকাৰ মাজতে ৰজনীয়ে খবৰবোৰ পাই থাকে। আজি–কালি খবৰ পাবলৈ ৰ’ব লাগেনে কিবা? কথা বুলিলেইচোন বতাহ। তাতে এই হেন জ্বলন্ত অগ্নিপিণ্ডৰ ফিৰিঙতি, আঙঠাই জকাইচুকীয়া গাঁৱকো চুবলৈ এৰা নাই, তেনে স্থলত চহৰৰ পৰা সামান্য নিলগত থকা পাহাৰৰ…