Anyayug Contributor (২) বস্ত্ৰ

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ   ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ…