কবিৰ দৃষ্টিত কবিৰত্ন নীলমণি
(১) কবিতাক কল্পতৰু কৰা তাপসজন কবি নীলমণি ফুকন ছাৰক লগ পোৱাৰ পাছত কবিতাৰ প্ৰতি মোৰ ধাৰণা সলনি হৈছিল। ছাৰে এটা ৰাস্তা দেখুৱাই দিছিল। সেই ৰাস্তাৰে আজিও আহি আছোঁ। ছাৰ যে এজন খুব ভাল মানুহ সেয়া দুনাই নক‘লেও হ‘ব। ছাৰৰ প্ৰাজ্ঞ ব্যক্তিত্ব…