কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ
(১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচিত দশকটোৱেই সৈতে ১৯৪০-১৯৫০ চনৰ সময়ছোৱা। অৱশ্যে বহুতে ১৯৩০-৫০ চনৰ সময়ছোৱাক কল্পবিজ্ঞান সাহিত্যৰ উত্থানৰ সময় হিচাপে অভিহিত কৰাই নহয় বৰং এই…