সমাজ জীৱনত আলোকচিত্ৰৰ ভূমিকা
সৌৰভ দুৱৰা আমাৰ দৈনন্দিন জীৱনত আলোকচিত্ৰ (Photography) এনেদৰে জড়িত যে ইয়াৰ অবিহনে এটা দিনো অতিবাহিত নহয়। এটা সময়ত সমগ্র বিশ্ব মানৱৰ বাবে আলোকচিত্র বিষয়টো কেৱল এটা বিলাসী সামগ্ৰীহে আছিল, বিষয় নাছিল। কিন্তু বৰ্তমান ই আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে অঙ্গাঙ্গী…