পাব্জি খেলা ল’ৰাটো
সিদ্ধাৰ্থ গোস্বামী নিশা প্ৰায় দহ বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল’ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা— সেই কাৰণেই হুৱা-দুৱা লাগিছিল ঘৰখনত, চুবুৰিটোত। ঘৰত অবাইচ মাত মতা এটা ল’ৰা, পাব্জি খেলিবলৈ শিকা এটা ল’ৰা, পঢ়া-শুনাত মন–কাণ নিদিয়া ল’ৰা আদি আটাইবোৰ কথা তেতিয়া তল পৰিছিল। মাথোন এই…