বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ
সাক্ষাৎ গ্ৰহণ : ৰিমলী বৰকটকী ৰবি শৰ্মাৰ নামৰ ভনিতা মেলি কিবা কোৱাৰ অসমীয়া পাঠক-দৰ্শকক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া ছবিজগতৰ আটাইতকৈ জনপ্ৰিয়, পৰিপক্ক তথা অপ্ৰতিদ্বন্দ্বী নায়কজনৰ কথাই কৈছোঁ। জনপ্ৰিয় অভিনেতা, গায়ক, কাহিনীকাৰ ৰবি শৰ্মাৰ সৈতে আমি চিনেমা আৰু আন…