Anyayug Contributor সাক্ষাৎ গ্ৰহণ কৰোঁতা: পৰাগজ্যোতি মহন্ত

চিত্ৰশিল্পী দেৱব্ৰত মহন্তৰ সৈতে কিছু অন্তৰংগ আলাপ

 সাক্ষাৎ গ্ৰহণ কৰোঁতা: পৰাগজ্যোতি মহন্ত দেৱব্ৰত মহন্ত প্ৰশ্ন: আপুনি ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰবক্তা, কবি, লগতে এগৰাকী চিত্ৰশিল্পীও৷ এই তিনিওটা দিশতে একাত্ম হৈ আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ গৈছে৷ এই ক্ষেত্ৰত কেনে অনুভৱে আপোনাৰ সত্তাত জোকাৰণি তোলে? উত্তৰ: হয়, তোমাৰ দৰে আন…