Anyayug Contributor সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…