Anyayug Contributor সমস্যাজৰ্জৰ অসম ৰঞ্জুমণি মহন্ত

অব্যাহৃত

সমস্যাজৰ্জৰ অসম ৰঞ্জুমণি মহন্ত    এমুঠিমান দেশ বাদ দি সমগ্ৰ পৃথিৱী আজি ক’ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ বিভীষিকা৷ আমেৰিকা, ইটালি, স্পেইন আদিৰ দৰে দেশো ক’ৰনাত বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক’ৰনাক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই এই মুহূৰ্তত প্ৰায় ৯,১৯৫ চুলেগৈ৷ এহাতে…