Anyayug Contributor সপোনজ্যোতি ঠাকুৰ

অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা

সপোনজ্যোতি ঠাকুৰ (অন্যযুগ বক্তৃতা, ২০২৩)             মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব পাৰে৷ মই শৃংখলাৱদ্ধ, অকাডেমিক (বিদ্যায়তনিক) কথা ক’ব নোৱাৰোঁ৷  সেই ধৰণৰ চৰ্চা মোৰ নহ’ল৷ পাণ্ডিত্যপূৰ্ণ শৃংখলাৱদ্ধ ভাষণবিলাক একোখন পেইণ্টিঙৰ…