Anyayug Contributor শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা

সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা         দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে…