বৌদ্ধ দৰ্শন– এটি চমু আলোকপাত
শিবাণী ঠাকুৰ (গোস্বামী) বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ৷ তেওঁৰ ল’ৰালিৰ নাম আছিল সিদ্ধাৰ্থ৷ খ্ৰীঃপূৰ্ব ষষ্ঠ শতাব্দীৰ মাজভাগত হিমালয়ৰ পাদদেশৰ কপিলাবাস্তু নগৰত শাক্য বংশৰ এক ৰাজ পৰিয়ালত তেওঁৰ জন্ম হয়৷ বুদ্ধদেৱ আছিল সত্যদ্ৰষ্টা সাধক৷ বুদ্ধই বাস্তৱ দৃষ্টিৰে…