বৰগোহাঞি ছাৰলৈ শ্ৰদ্ধাঞ্জলি
ৰঞ্জুমণি মহন্ত (‘অন্যযুগ’ৰ উন্মোচনী অনুষ্ঠানত সদ্য়প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ) ২০১৮ চনৰ জানুৱাৰি মাহ আছিল বোধকৰোঁ৷ ‘অন্যযুগ’-ৰ প্ৰকাশৰ বাবে যো-জা চলি আছে৷ ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ ড° বসন্তকুমাৰ গোস্বামী ছাৰে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে৷ ঠিক হ’ল যে ৯ ফেব্ৰুৱাৰিৰ দিনটো যিহেতু অসমীয়া…